New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
কাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ।
তলেনগ্রাম ফুটবল খেলপথাৰত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহটো।
মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।
Also Read: মহানগৰীত পুনৰ অপহৃত শিশু