লামডিঙত 'কা'ৰ প্ৰতিলিপি দাহেৰে আছুৰ প্ৰতিবাদ

কা মানি নোলোৱাৰ হুংকাৰ
লামডিঙত 'কা'ৰ প্ৰতিলিপি দাহেৰে আছুৰ প্ৰতিবাদ
লামডিঙত 'কা'ৰ প্ৰতিলিপি দাহেৰে আছুৰ প্ৰতিবাদ
  • সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙতো 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ।

  • সমগ্ৰ দেশত নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি প্ৰয়োগ হোৱাক লৈ এই প্ৰতিবাদ।

  • লামডিঙৰ আজাদ হিন্দ পাব্লিক লাইব্ৰেৰীৰ সন্মুখত প্ৰতিবাদ কৰে আছুৱে।

  • প্ৰতিবাদৰ মাজতে দাহ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি।

  • প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান আছু কৰ্মীৰ।

  • কা কেতিয়াও মানি নোলোৱাৰো হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in