ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱঃ বাতিল ১২ খনকৈ ৰে'ল...

বানপানী, ভূমিস্খলনে সৃষ্টি কৰিছে জটিল পৰিস্থিতি
ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱঃ বাতিল ১২ খনকৈ ৰে'ল...
ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱঃ বাতিল ১২ খনকৈ ৰে'ল...
  • ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱ।

  • প্ৰৱল বৰষুণ, ধুমুহাৰ ফলত বান পানীৰ তাণ্ডৱ।

  • বান, ভূমিস্খলনৰ ফলত ব্যাহত যাতায়ত ব্যৱস্থা।

  • বাতিল লামডিং-শিলচৰ ৰে'ল সেৱা।

  • বাতিল মুঠ ১২ খনকৈ ৰে'ল।

  • বাতিল ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ।

  • বাতিল ১৫৮৮৭ গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, ১৫৮৮৮ বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ।

  • ইয়াৰোপৰি বাতিল কৰা হৈছে ১৫৬১১ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১২ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ।

ডিমা হাচাওত প্ৰকৃতিৰ তাণ্ডৱঃ বাতিল ১২ খনকৈ ৰে'ল...
বাসুগাঁৱত জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in