/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0ffd7bd6-0870-43be-ab40-e7fccc4e15d0/18.jpg)
-
লংকাৰ কৰৈঅনি বজাৰত বিধ্বংসী অগ্নিকাণ্ড
-
অগ্নিকাণ্ডৰ ফলত ৮ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত
-
নগদ ধনসহ আনুমানিক ৪০/৫০ লক্ষাধিক টকাৰ সা-সম্প্ৰত্তি ক্ষয়ক্ষতি
-
কৰৈঅনি বজাৰৰ গাতে লাগি থকা শিক্ষা প্ৰতিষ্ঠানৰ জাৱৰৰ দ'মৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ
-
৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে
-
ব্যৱসায়ীসকলৰ সকলো সামগ্ৰী জুইত ভস্মীভূত