/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a27b1b8e-fd0d-48e6-a2eb-0eea8b6970bc/14.jpg)
-
লংকাৰ উদালী তিনিআলিত আৰক্ষীৰ অভিযান
-
ড্ৰাগছসহ আটক তিনিজন
-
৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ
-
আটকাধীন ৩ জন ক্ৰমে আইনুল হক(৩৫), নাজিম উদ্দিন(২০) আৰু চাজিদ আলী(২৪)
-
জব্দকৃত ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰত আছে ৯৫ গ্ৰাম ড্ৰাগছ
-
আটকাধীন ৩ জনক লংকা আৰক্ষী থানাত ৰাখিছে
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
Also Read: নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মোহভংগ নে দায়িত্বহীনতা? হ্ৰাস পাইছে ভোট দানৰ হাৰ !