লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...
লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...

লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...

গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী চাহাবুদ্দিন

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ মাৰণাস্ত্ৰ। নিশা হোজাইত গুলীবিদ্ধ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।

জানিব পৰা মতে লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাহাবুদ্দিন।

হোজাইৰ ৰামসিং গাঁৱত নিশা সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰীটো। সম্প্ৰতি চাহাবুদ্দিন চিকিৎসাধীন হৈ আছে নগাওঁ মেডিকেল কলেজ হাস্পতালত।

লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণাঃ পুনৰ স্থান পালে অসমৰ উমাই...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in