/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
লংকাৰ ছামবাৰীত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।
কেইবাদিন আগেয়ে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
ছামবাৰীৰ এখন শ্মশানৰ দেৱালয়ৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
ঘটনাস্থলীত উপস্থিত লংকা আৰক্ষী।
সম্প্ৰতি লোকজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই।
ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
Also Read: আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন