/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
ডিজিটেল সংবাদ, হোজাইঃ ১০ নং নগাওঁ লোকসভা সমষ্টিৰ অধীনস্থ হোজাই জিলাত সন্ধিয়া ৮ বজালৈ ৮৩ শতাংশ ভোটদান হয় যদিও কিছুমান ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি থকাৰ প্ৰতি লক্ষ্য ৰাখি সমাপ্ত হোৱা লৈকে ৮৫ শতাংশ ভোটদান হোৱাৰ সম্ভাৱনা থকা বুলি জিলা প্ৰশাসনৰ পৰা জনা গৈছে।
হোজাই জিলাৰ ৯০ নং যমুনামুখ বিধান সভা সমষ্টিত সন্ধিয়া ৮ বজালৈ প্ৰায় ৮২.৫ শতাংশ ভোটদান, ৯১ নং হোজাই বিধানসভা সমষ্টিত প্ৰায় ৮৪.৭ শতাংশ ভোটদান আৰু ৯২ নং লামডিং বিধানসভা সমষ্টিত প্ৰায় ৮২.৮ শতাংশ ভোটদান হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us