১ বজালৈকে হোজাই জিলাত ভোটদানৰ হাৰ…

১ বজালৈকে হোজাই জিলাত ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • ১০ নং নগাওঁ লোকসভা সমষ্টিৰ অধীনস্থ হোজাই জিলাৰ ৯০ নং যমুনামুখ বিধানসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ।
  • দুপৰীয়া ১ বজালৈ ৩৫.০২ শতাংশ ভোটদান সম্পন্ন সমষ্টিটোত।
  • ৯১ নং হোজাই বিধানসভা সমষ্টিত দুপৰীয়া ১ বজালৈ ৩৯.১৯ শতাংশ ভোটদান সম্পন্ন।
  • ৯২ নং লামডিং বিধানসভা সমষ্টিত দুপৰীয়া ১ বজালৈ ৪২.৯৭ শতাংশ ভোটদান সম্পন্ন।