শিশু নিৰ্যাতনৰ ঘটনা : প্ৰাক্তন মন্ত্ৰী আৰু পত্নীক আটক আৰক্ষীৰ

শিশু নিৰ্যাতনৰ ঘটনা : প্ৰাক্তন মন্ত্ৰী আৰু পত্নীক আটক আৰক্ষীৰ
  • নিৰ্মমভাৱে প্ৰহাৰ এগৰাকী বনকৰা কণমানিক।

  • অগপৰ প্ৰাক্তন মন্ত্ৰী হাজীআব্দুৰ ৰোফ চৌধুৰীৰ বাসগৃহত সংঘটিত হৈছিল এই ঘটনা।

  • প্ৰাক্তন মন্ত্ৰীজনৰ হোজাই গোপাল নগৰত থকা বাসগৃহত চলোৱা হৈছিল নিৰ্যাতন।

  • এগৰাকী মহিলাই উপৰ্যপৰি প্ৰহাৰ কৰিছিল কণমানিজনীক।

  • ভাইৰেল হৈছিল সেই নিৰ্যাতনৰ দৃশ্য।

  • নিৰৱ দৰ্শক হৈ এই নিৰ্যাতনৰ দৃশ্য চাই আছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

  • ঘটনাৰ সন্দৰ্ভত হোজাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

  • আৰক্ষীয়ে আটক কৰিছে প্ৰাক্তন মন্ত্ৰী ৰোফসহ পত্নীক।

শিশু নিৰ্যাতনৰ ঘটনা : প্ৰাক্তন মন্ত্ৰী আৰু পত্নীক আটক আৰক্ষীৰ
সোণৰ কণী পৰা হাঁহ আছে নেকি ? মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ এৰিব নোখোজে একাংশ আৰক্ষী বিষয়াই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in