সাহিত্য সভাৰ প্ৰদৰ্শনীত ঐতিহাসিক বৰ নাৰায়ণপুৰৰ আৰ্হি প্ৰদৰ্শন...

দৰ্শনাৰ্থীৰ অভাৱনীয় ভীৰ

author-image
Asomiya Pratidin
New Update
সাহিত্য সভাৰ প্ৰদৰ্শনীত ঐতিহাসিক বৰ নাৰায়ণপুৰৰ আৰ্হি প্ৰদৰ্শন...

ডিজিটেল সংবাদ, বান্দৰদেৱা : সাহিত্য সভাৰ প্ৰদৰ্শনী স্থলীত ঐতিহাসিক বৰ নাৰায়ণপুৰক লৈ বিশেষভাবে প্ৰদৰ্শিত প্ৰদৰ্শনী খনে ৰাইজৰ মাজত বিগত দুয়োটা দিনত বিশেষভাবে সমাদৰ লাভ কৰা পৰিলক্ষিত হ'ল।

Advertisment

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ লগতে বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ প্ৰদৰ্শনীথলীত নামঘৰ সত্ৰৰ আৰ্হিৰ লগতে ফটো পৰিচয়েৰেৰে উল্লেখযোগ্য ঠাইৰ পৰিচিতি বাৰ বৈষ্ণৱৰ নাম সম্বলিত গামোছা ইত্যাদিৰ সংযোজনে ৰাইজক আপ্লুত কৰা দেখা গ'ল। দুপৰ নিশালৈকে এই প্ৰৰ্দশনীথলীত ৰাইজৰ সমাগমে উদ্যোক্তা সকলকো অনুপ্ৰাণিত কৰা দেখা গ'ল।

assam sahitya sabha