মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

author-image
asomiyapratidin
New Update
মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

  • মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'।
  • নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্বৰ।
  • ১০ কিলোমিটাৰজোৰা ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই।
  • ৰোড শ্ব'ত অংশ গ্ৰহণ কেইবা সহস্ৰাধিক বিজেপি সমৰ্থকৰ।
  • ৰোড শ্ব'ত হিমন্ত বিশ্বক সংগ দিছে বিজেপিৰ কেইবাজনো নেতাই।