বিজেপিৰ বিধায়ক, সাংসদকে ধমক মুখ্যমন্ত্ৰীৰ...

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৰাক উপত্যকাত সৃষ্টি হোৱা অসন্তুষ্টিক কেন্দ্ৰ কৰি প্ৰতিবাদ অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিশেষজ্ঞ কমিটি গঠন...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৰাক উপত্যকাত সৃষ্টি হোৱা অসন্তুষ্টিক কেন্দ্ৰ কৰি প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে দেওবাৰে বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত এটা সঁজাতি দলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল।

এই সাক্ষাতকালত বৰাকৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনকি বিজেপিৰ প্ৰতিনিধি দলটোকেই ধমক দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে নিৰ্বাচন আয়োগৰ এই খচৰাক লৈ বৰাকত আহ্বান দিয়া হৈছে ১২ ঘন্টীয়া বন্ধ।

himanta biswa sarma