মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

  • মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা প্ৰতিবাদকাৰীক মুকলিৰ নিৰ্দেশ।
  • ৩৬ যুৱ প্রতিবাদকাৰীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।
  • বিষয়টোক মানৱীয় দৃষ্টিভংগীৰে লোৱাৰ নিৰ্দেশ অসম আৰক্ষীক।
  • এই সন্দৰ্ভত অসম আৰক্ষীক যথাযথ ব্যৱস্থা গ্রহণৰ নিৰ্দেশ।
  • DGPৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ কৰিছিল যুৱকসকলে।
  • কেইবছৰমান পূৰ্বে হৈ যোৱা কনিষ্ঠবল পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদ কৰিছিল।
assam Assam police himanta biswa sarma