New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/himanta.jpg)
- ৰাণীৰ কাহীকুছি যোগীপাৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।
- তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্রীৰ।
- তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডাঙৰ ঘোষণা।
- পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীক মাচুল ঘূৰাই দিয়া হ'ব।
- এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ চেষ্টা কৰা হ'ব।
- ২১ আগষ্টত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ পৰীক্ষা।
- আজি দেওবাৰে অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ পৰীক্ষা।