শিলঘাট কামাখ্যা দেৱালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
শিলঘাট কামাখ্যা দেৱালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,কলিয়াবৰ : ৰাজ্যখনৰ দ্বিতীয় কামাখ্যা পীঠ ৰূপে পৰিচিত কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত কামাখ্যা দেৱালয়ত বুধবাৰে দুপৰীয়া উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচী অনুসৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় শুভ উদ্বোধন কৰিবলৈ আহি প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাক দৰ্শন কৰি যজ্ঞত অংশগ্ৰহণ কৰে ৷

Advertisment

শিলঘাটস্থিত কামাখ্যা দেৱালয় দৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

assam himanta biswa sama