New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-2.jpg)
- কামৰূপ(মহানগৰ) জিলা প্রশাসনৰ আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি
- নম্বৰ দুটা ক্রমেঃ ০৩৬১-১০৭৭, ৯৬৭৮৪৭১০৭১
- দিনে-নিশাই সক্রিয় হৈ থাকিব এই নম্বৰ
- বানক্রান্ত এলেকাৰ জনসাধৰণে জিলাপ্রশাসনৰে যোগাযোগ কৰিব পাৰে
- জৰুৰীকালীন অৱস্থাত কৰিব পাৰে যোগাযোগ
- অত্যাধিক ভূমিস্খলনৰ আশংকাৰ বাবেই এই নম্বৰ মুকলি