বিহুৰ বতৰতে কোকৰাঝাৰত দিব্যাংগলৈ সহায়ৰ হাত...

বিহুৰ বতৰতে কোকৰাঝাৰত দিব্যাংগলৈ সহায়ৰ হাত...
  • বিহুৰ বতৰতে দিব্যাংগলৈ সহায়ৰ হাত ।

  • ভাৰত চৰকাৰৰ ADIP আঁচনিৰ অধীনত দিব্যাংগ লৈ ৰাষ্ট্ৰজুৰি সাহাৰ্য ।

  • দেশৰ ৬৭ টা প্ৰান্তত দিব্যাংগলৈ সহায়ৰ হাত ।

  • আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দিব্যাংগলৈ সহায়ৰ হাত ।

  • কোকৰাঝাৰতো দিব্যাংগলৈ সহায়ৰ হাত ।

  • কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰায় শতাধিক দিব্যাংগলৈ সাহাৰ্য বিতৰণ ।

  • হুইল চেয়াৰ, ওৱালকাৰ , ট্ৰাইচাইকেল আদি বিতৰণ ।

  • অনুষ্ঠানত উপস্থিত বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, জিলা উপায়ুক্ত বৰ্ণালী ডেকা, সমাজ কল্যান বিভাগৰ বিভাগীয় বিষয়াবৰ্গ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in