New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/WEB-THUM-new-dimpul-copy-1.jpg)
- বিশ্বৰ সৰ্বোচ্চ শৃংগৰ শিখৰত আৰোহণ এগৰাকী অসমীয়াৰ।
- মাউণ্ট এভাৰেষ্ট জয় কৰিলে অসমৰ হেদায়েট আলীয়ে।
- বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত আৰোহণ কৰে হেদায়েট আলীয়ে।
- এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা হেদায়েট আলী সপ্তম গৰাকী অসমীয়া।
- বৰ্তমান কেলিফ'ৰ্ণিয়াত থাকে হাজোৰ হেদায়েট আলী।
- চিলিকণ ভেলীত ছফটৱেৰ অভিযন্তা হেদায়েট আলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us