অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি, আহত কেইবাজনো…

অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি, আহত কেইবাজনো…

author-image
asomiyapratidin
New Update
অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি, আহত কেইবাজনো…

  • অসম অৰুণাচল সীমান্তত প্ৰচন্দ মাৰ পিটৰ ঘটনা।
  • উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি জয়ৰামপুৰ কেচাকাঠনিত।
  • ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে অসম অৰুণাচল সীমান্তত।
  • ঘটনাত আহত কেইবাজনো লোক।
  • হাতে হাতে লাঠি, দা লৈ খেদা খেদি আৰু প্ৰচণ্ড মাৰ পিট।
  • বৰ্তমান চেপা উত্তেজনা অব্যাহত আছে জয়ৰামপুৰৰ কেচা কাঠনিত।
  • শুকুৰবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিবাদমান এলেকা পৰিদৰ্শন কৰাৰ পিছত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈ প্ৰচন্দ মাৰ পিট হয়।
assam arunachal