New Update
/asomiyapratidin/media/media_files/2025/01/03/PZX5IhjxGFlEmd58r563.jpg)
ধুবুৰী Photograph: (ধুবুৰী)
- ধুবুৰী-হাটশিঙিমাৰী যাত্ৰীবাহী ফেৰী ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ।
- ২৫০ -৩০০ যাত্ৰী নিয়াৰ উপৰিও অত্যাধিক সামগ্ৰী কঢ়িওৱাৰ ফলত আবদ্ধ হয় ফেৰী খন।
- ধুবুৰী-হাটশিঙিমাৰী যাত্ৰীবাহী ফেৰীখনত বহন ক্ষমতাতকৈ অধিক যাত্ৰীৰ উপৰিও অত্যাধিক সামগ্ৰী কঢ়িয়াৰ ফলত ২ ঘণ্টা ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ থাকিব লগীয়া হৈছিল ফেৰীখন।
- দুপুৰীয়া ১,৩০ বজাত ধুবুৰীৰ পৰা হাটশিঙিমাৰীলৈ ৰাওনা হৈছিল ফেৰীখন
- আহি থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে ফেৰীখন।
- বৰ্তমান ফেৰীখন হাটশিঙিমাৰী ফেৰী ঘাটত যাত্ৰী সকলক সুৰক্ষিত ভাৱে হাটশিঙিমাৰীলৈ লৈ অহা পৰিলক্ষিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us