New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/electricity.jpg)
প্ৰতীকি ফটো
হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুজন লোকৰ।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
নিহত এজন দ্বীপচৰ গাঁৱৰ মানিকলাল।
মৃত্যু হোৱা আনজন লোক কানাইমাৰ মাঝেৰচৰৰ বাপ্পী শ্বেখ।
সীমান্ত পথৰ কাষত পৰি থকা বৈদ্যুতিক তাঁৰত লাগি সংঘটিত এই ঘটনা।