অসম মুখ্য-পৃষ্ঠা হাটশিঙিমাৰীত ভয়ংকৰ পথ দুর্ঘটনা, এজন লোক গুৰুতৰভাৱে আহত... দুখন মটৰচাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ Asomiya Pratidin 03 Oct 2022 21:15 IST Follow UsNew Updatebike accident হাটশিঙিমাৰীত মটৰচাইকেল দুর্ঘটনা।দুখন মটৰচাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ।চৈয়দ হুছেইন নামৰ এজন লোক আহত হৈছে দুৰ্ঘটনাটোত।সংকটজনক অৱস্থাত চৈযদক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। hatsingimari accident assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক