New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/hatsinimari.jpg)
- হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তত চাৰিটা গৰু সহ দুই গৰু সৰবৰাহকাৰী আটক।
- ধৃত সৰবৰাহকাৰী দুটা ইমান আলী আৰু ৰহিম উদ্দীন মণ্ডল।
- দুয়োক খাৰুৱাবান্ধা আৰক্ষী চকীত জেৰা চলাই আছে।
- গৰু কেইটা বাংলাদেশলৈ নিয়া অৱস্থাত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী দুটাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us