হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা…

হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা…

author-image
asomiyapratidin
New Update
হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা…

ডিজিটেল ডেস্ক : শনিবাৰে হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাত দুজন ছাত্ৰসহ প্ৰায় চাৰিজন লোক আহত হয়। বাতৰি অনুসৰি, ঘটনাটো কোনো আৰ্থিক বিবাদৰ বাবে সংঘটিত হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।

Advertisment

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বান্দাৰু দত্তাত্ৰেয়ে বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি চৌহদ এৰি যোৱাৰ অলপ পিছতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। আনহাতে ঘটনাৰ লগত তিনিজন ব্যক্তি জড়িত থকা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে।

india hariyana university