New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/hari-chandra-mahanta.jpg)
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক নিলম্বন।
- নিলম্বন কৰিছে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ।
- তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কৰিছে নিলম্বন।
- পঞ্জীয়ক ড০ হৰি চন্দ্ৰ মহন্তৰ ঠাইত দায়িত্ব অৰ্পন কৰিছে ড০ জিতেন হাজৰিকাক।
- উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে বিত্তীয় কেলেংকাৰীৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us