New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/37335425-5392-43c0-bffa-ce8d5ab3fd26-1.jpg)
- ৩ নম্বৰ স্বায়ত্ত্ব শাসিত সমষ্টিত বৰ্তমানলৈকে বিজেপিয়ে লাভ কৰিছে ১,৩৬,৬৪২টা ভোট।
- কংগ্ৰেছে লাভ কৰিছে ৫১,৮৯৬টা ভোট।
- দুই প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান ৮৪,৭৪৬ টা৷
- ইফালে হৰেন ছিং বে'ক অভিনন্দন জনাইছে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্য সকলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us