/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/triii.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও: সমগ্ৰ দেশে পালন কৰিছে স্বাধীনতাৰ অজাদী কা অমৃত মহোৎসৱ। মৰিগাঁৱতো আজাদী অমৃত মহোৎসৱৰ অংশ হিচাপে হৰ ঘৰ ত্ৰিৰংগাৰ কাৰ্যসূচী সফল ৰূপায়ন কৰে।
সেই উদ্দেশ্যে দেওবাৰে মৰিগাঁওৰ ভুৰবান্ধ থকা এছটি ইউগেনে ইংলিছ মিডিয়াম স্কুল, খাটৰবৰীত ২০০ ছাত্র- ছাত্ৰীয়ে হাতে হাতে পতাকা লৈ উলিওৱা সমদল সমগ্ৰ অঞ্চলটোত।
আৰু পঢ়ক: "গাঁৱৰ শিশুহঁতে যাতে হীনমন্যতাত ভুগিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ"