লাহোৱাল মহাবিদ্যালয়ত হস্ততাঁত শিল্পৰ গুৰুত্ব আৰু আত্মসংস্থাপনৰ সন্দৰ্ভত কৰ্মশালা

লাহোৱাল মহাবিদ্যালয়ত হস্ততাঁত শিল্পৰ গুৰুত্ব আৰু আত্মসংস্থাপনৰ সন্দৰ্ভত কৰ্মশালা

ডিজিটেল সংবাদ,লাহোৱালঃ লাহোৱাল মহাবিদ্যালয়ৰ ব্যতিক্ৰমি পদক্ষেপ। মহাবিদ্যালয়খনৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত লাহোৱাল মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত "অসমৰ অৰ্থনীতিত হস্ততাঁত শিল্পৰ গুৰুত্ব আৰু আত্মসংস্থাপন"ৰ সন্দৰ্ভত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

প্ৰশিক্ষণ প্ৰদান কৰে তিনিচুকীয়া জিলাৰ হস্ততাঁত ও বস্ত্ৰ শিল্প উদ্যোগৰ অধীক্ষক চম্পক শইকীয়াই। কৰ্মশালাটোত লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে লাহোৱাল অঞ্চলৰ বহুসংখ্যক মহিলাই অংশগ্ৰহণ কৰে ।

লাহোৱাল মহাবিদ্যালয়ত হস্ততাঁত শিল্পৰ গুৰুত্ব আৰু আত্মসংস্থাপনৰ সন্দৰ্ভত কৰ্মশালা
স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in