সমুখত পঞ্চায়ত নিৰ্বাচনঃ কোৰানৰ কলিমা গায় ৰাইজৰ মাজত ভোট ভিক্ষা ইমামৰ...

বিহুৰ সমান্তৰালকৈ ৰাজ্যত নিৰ্বাচনী উছাহ অব্যাহত আছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত হাজোৰ কলিতাকুচি গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ইমাম কিছমত আলী।

author-image
Asomiya Pratidin
New Update
নমনমংন

ডিজিটেল সংবাদ,হাজোঃ  পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে হাজোৰ কলিতাকুচি গাঁও পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থী কিছমত আলী। আল্লাৰ কলিমা গায় ৰাইজৰ মাজত ভোট ভিক্ষা খুজিছে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে।

Advertisment

বিহুৰ সমান্তৰালকৈ ৰাজ্যত নিৰ্বাচনী উছাহ অব্যাহত আছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত হাজোৰ কলিতাকুচি গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ইমাম কিছমত আলী। পঞ্চায়ত খনৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী গৰাকীয়ে দিনেই নিশাই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।

পবিত্ৰ কোৰানৰ কলিমা গায় ইমাম ৰূপী প্ৰাৰ্থী গৰাকীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে। মুঠৰ ওপৰত নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ হ'লে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন পন্থা অৱলম্বন কৰা দৃশ্যমান হ'ব। 

হাজো