/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-1.jpg)
ডিজিটেল ডেস্ক: হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মুকালমুৱা অভিমুখী বাইক দুৰ্ঘটনাগ্রস্ত। নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ মৃত্যু বাইক আৰোহীৰ।
দ খাৱৈত ছিটিকি পৰি মৃত্যু বাইক আৰোহীজনৰ। হাজো দৌলাশাল পথৰ কিছমতকুৰিহাত এই দুৰ্ঘটনা। মৃত লোকজন বিহাৰৰ ৰাকেশ কুমাৰ বুলি চিনাক্ত। মুকালমুৱাৰ শহুৰেকৰ ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত এই দুৰ্ঘটনা।
আৰু পঢ়ক: বনৰীয়া হাতীৰ আক্ৰমণত আহত কিশোৰ…