New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-12-at-8.09.37-AM.jpeg)
ডিজিটেল সংবাদ,চৰাইদেউঃ
- চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত পাৰ্শ্বৱৰ্তী এলেকাত শিলাবৃষ্টি।
 - শনিবাৰে পুৱা প্ৰায় ৬-৩০ বজাত বতাহ প্ৰচণ্ড বৰষুণৰ লগতে অহা প্ৰচণ্ড শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷
 - শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাৰীৰ তামোল গছৰ লগতে বিভিন্ন শাক পাচলি আৰু পথাৰৰ শস্যৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ৷
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us