New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-26.jpg)
ডিজিটেল ডেস্কঃ
আৰক্ষীৰ অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্রাগছ সৰবৰাহ ।
হাইলাকান্দিৰ কাটলিছড়াত ২০ হাজাৰ য়াবা টেবলেট জব্দ ।
ড্রাগছসহ আটক হুছেন লস্কৰ নামৰ সৰবৰাহকাৰীক ।
জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ১ কোটি টকা ।
Also Read: দাম বহুত ! আৰক্ষীয়ে জব্দ কৰা বাহনৰ পৰাই চুৰি ব্ৰইলাৰ মূৰ্গী...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us