হাইলাকান্দিত বৃহৎ পৰিমাণৰ ইউৰিয়া জব্দ

হাইলাকান্দিত বৃহৎ পৰিমাণৰ ইউৰিয়া জব্দ
  • হাইলাকান্দিত পাঁচগ্রাম আৰক্ষীৰ অভিযান

  • অভিযানত ৬০০ বস্তা ইউৰিয়া সাৰভৰ্তি এখন ট্রাক জব্দ

  • চাউলৰ চালানত সৰবৰাহৰ চেষ্টা সাৰখিনি

  • জব্দ কৰা ট্রাকখনৰ নম্বৰ PY-02-V-6013

  • জব্দকৃত সাৰখিনিৰ বজাৰ মূল্য ৬০ লাখ টকা

  • ট্রাকখনৰ চালক আৰু সহঃ চালকক সোধা-পোছাৰ বাবে আটক

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in