/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2f9573cf-b6b9-48bb-b858-9125390d5839/111.jpg)
-
হাইলাকান্দিত পাঁচগ্রাম আৰক্ষীৰ অভিযান
-
অভিযানত ৬০০ বস্তা ইউৰিয়া সাৰভৰ্তি এখন ট্রাক জব্দ
-
চাউলৰ চালানত সৰবৰাহৰ চেষ্টা সাৰখিনি
-
জব্দ কৰা ট্রাকখনৰ নম্বৰ PY-02-V-6013
-
জব্দকৃত সাৰখিনিৰ বজাৰ মূল্য ৬০ লাখ টকা
-
ট্রাকখনৰ চালক আৰু সহঃ চালকক সোধা-পোছাৰ বাবে আটক