/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9b6731d4-ce52-4310-96d5-480d4760615c/hailakandi_25.jpg)
হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতিক সাময়িকভাৱে বহিষ্কাৰ...
-
কংগ্ৰেছৰ পৰা বহিষ্কাৰ ছহিদুল ইছলামক।
-
ছহিদুল হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতি।
-
সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে ছহিদুলক।
-
দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে এই সিদ্ধান্ত।
-
কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰীৰ বিৰুদ্ধে প্ৰকাশ কৰিছিল ক্ষোভ।
-
ইয়াৰ পিছতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
-
প্রদেশ কংগ্রেছৰ সাংগঠনিক সাধাৰণ সম্পাদিকাৰ জাননীৰ জৰিয়তে বহিষ্কাৰ ছহিদুলক।
Also Read: গুৱাহাটীৰ ৰাজপথত ডিজিটেল ভিক্ষাৰী !