কাছাৰত চোৰাং গৰুসহ আটক ২জন

কাছাৰত চোৰাং গৰুসহ আটক ২জন

author-image
Asomiya Pratidin
New Update
কাছাৰত চোৰাং গৰুসহ আটক ২জন

ডিজিটৈল সংবাদ, শিলচৰ: মিজোৰামৰ পৰা সৰবৰাহৰ সময়ত বুধবাৰে কাছাৰত ৩নিটা বাৰ্মিজ গৰু জব্দ‌ কৰে ধলাই আৰক্ষীয়ে। এখন টাটা ম্যাজিক গাড়িত লৈ অহা সময়ত আৰক্ষীয়ে ধলাখালৰ পৰা জব্দ কৰে গৰু কেইটা।

Advertisment

অবৈধ ভাবে গৰু সৰবৰাৰ অভিযোগত আৰক্ষীয়ে ভাগাবাজাৰ বনগ্রামৰ বাহাৰুল ইছলাম লস্কৰ আৰু সোণাই ছাত্রাকান্দিৰ ইছমাইল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰে। গৰু কেইটা মিজোৰামত ছাইফাইৰ পৰা কাছাৰলৈ অনা হৈছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

Also Read: পুনৰ নিৰ্যাতনৰ বলি বোৱাৰী : দেহত তেল ধালি জ্বলাই দিয়াৰ অপচেষ্টা স্বামী পৰিয়ালৰ

cow seized