/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...
হাইলাকান্দিত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।
হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ চুপাৰিখিনি।
এখন ট্রাকসহ জব্দ ৬ কুইণ্টল বাৰ্মিজ চুপাৰি।
বেসিক চৌৰণ্ডীৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰিখিনি।
জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ৩ লাখ টকা।
অভিযানৰ উমান পাই পলায়ন কৰে ট্রাকখনৰ চালক-হেণ্ডিমেন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us