New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
হাইলাকান্দিৰ পাচগ্রামত ৩০ লাখ টকাৰ হেৰ’ইন জব্দ
এখন i10 বাহনৰ পৰা জব্দ ড্রাগছখিনি
আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুই ড্রাগছ সৰবৰাহকাৰীক
বাপ্পন উদ্দিন মজুমদাৰ আৰু মুস্তাক আহমেদ চৌধুৰীক গ্রেপ্তাৰ
গুৱাহাটীত পঞ্জীয়নভুক্ত বানহখনেৰে ড্রাগছ সৰবৰাহ কৰিছিল