হাইলাকান্দিৰ ভোটকেন্দ্ৰত মাৰপিট

হাইলাকান্দিৰ ভোটকেন্দ্ৰত মাৰপিট

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • হাইলাকান্দিত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।
  • মাৰপিটক কেন্দ্ৰ কৰি হাইলাকান্দিত বিৰাজ কৰিছে চেপা উত্তেজনা।
  • ভয়ানক পৰিৱেশনৰ সূচনা হয় হাইলাকান্দিত।
  • স্থগিত হৈ পৰে ভোটদান।
  • আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী বিষয়া উপস্থিত হয় উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত।
  • কেন্দ্ৰটোত বলপূৰ্বক ভোট দিয়াৰ চেষ্টাৰ অভিযোগ।
  • কেইবাজনো লোক আঘাটপ্ৰাপ্ত হৈছে ঘটনাটোত।
  • আৰক্ষীলৈও শিল নিক্ষেপ কৰে একাংশ লোকে।