উৰ্খাও গৌৰা ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক শক্তিশালী কৰাঃ হাগ্ৰামা মহিলাৰী

উৰ্খাও গৌৰা ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক শক্তিশালী কৰাঃ হাগ্ৰামা মহিলাৰী

author-image
asomiyapratidin
New Update
উৰ্খাও গৌৰা ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক শক্তিশালী কৰাঃ হাগ্ৰামা মহিলাৰী

  • কোকৰাঝাৰৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত হাগ্ৰামাৰ নিৰ্বাচনী সভা।
  • নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰাৰ লগতে ইউপিপিএলক সমালোচনা নেতাজনৰ।
  • '২০১৯ -২০ চনৰ ভিতৰত ফৰেষ্ট ডুৱেলাৰ এক্ট অনুসৰি মাটিৰ পট্টা দিয়া হ'ব।'
  • 'আদিবাসী কোচ ৰাজবংশী জনজাতিকৰণ হ'লে বড়ো জনগোষ্ঠীৰ একো ক্ষতি নহয়।'
  • 'গোৰ্খা সকলৰ জনজাতিকৰণত কোনো আপত্তি নাই বিটিচি চৰকাৰৰ।'
  • 'নিৰ্বাচনৰ পিছত বিটিচি কেবিনেটত গোৰ্খা সকলৰ জনজাতিকৰণৰ হকে সিদ্ধান্ত লোৱা হ'ব।
  • 'ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক শক্তিশালী কৰা।'
  • 'এনডিএফবি হত্যা হিংসাৰ সৈতে জড়িত।'