কেতিয়া ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল… পঢ়ক এই খবৰ

কেতিয়া ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল… পঢ়ক এই খবৰ

author-image
asomiyapratidin
New Update
কেতিয়া ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল… পঢ়ক এই খবৰ

প্ৰতিকী ফটো

  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংবাদমেল।
  • সংবাদমেলযোগে ঘোষণা উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ কথা।
  • ২০ মে'ৰ পূৰ্বে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।
  • ইফালে কিছু পৰীক্ষাগৃহই লাভ কৰিব পুৰস্কাৰ।
Advertisment
  • শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰই লাভ কৰিব আৰ্থিক পুৰস্কাৰ।
  • শীঘ্ৰে ফলাফল দিব পৰা কেন্দ্ৰকো দিয়া হ'ব পুৰস্কাৰ।
  • পুৰস্কাৰ ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
  • ৫০ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব।