মহানগৰীৰ চানমাৰি উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

মহানগৰীৰ চানমাৰি উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

  • চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যকৰ ঘটনা।
  • উৰণীয়া সেতুৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ।
  • মহিলা গৰাকীৰ নাম পূজা দাস।
  • স্বামীৰ নিৰ্যাতনৰ বাবেই আত্মহত্যাৰ চেষ্টা মহিলা গৰাকীৰ।
  • মহিলা গৰাকীৰ স্বামী মিলন দাসে আন মহিলাৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ পূজা দাসৰ ।
  • স্বামী মিলন দাসে চান্দমাৰী থানাৰ গাড়ী চলাই।
  • সাংবাদিক আৰু উপস্থিত লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে চান্দমাৰী আৰক্ষীক।
assam guwahati