New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/guwahati-university-main-gate-face-photo.jpg)
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা।
- ১৩ অক্টোবৰত ঘোষণা কৰা হয় এই ফলাফল।
- প্ৰথম ৫টা স্থান লাভ কৰে মুঠ ৮জন ছাত্ৰ-ছাত্ৰীয়ে।
- ইয়াৰে ২টা স্হান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
- প্ৰথম ৫টা স্থানৰ ৬জন ছাত্র-ছাত্ৰী গুৱাহাটী কমাৰ্চ কলেজৰ।
- প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
- প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
- প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ স্বালিনী ওজা আৰু শাশ্বতী গোস্বামীয়ে।
- প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ অংকিতা দাস আৰু চয়নিকা দেৱীয়ে।
- ইয়াৰ সমান্তৰালকৈ প্ৰথম শ্ৰেণীৰ পঞ্চম স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ এনি ভট্টাচাৰ্য আৰু নিমিষা মেধিয়ে।