অসম মুখ্য-পৃষ্ঠা মহানগৰীত অঘটন! বাছ যাত্ৰীৰ পৰা লুটিলে প্ৰায় ১ লাখ টকা… মহানগৰীত অঘটন! বাছ যাত্ৰীৰ পৰা লুটিলে প্ৰায় ১ লাখ টকা… asomiyapratidin 13 Jun 2022 15:56 IST Follow UsNew Updateমহানগৰীত পুনৰ ধন লুটৰ ঘটনা।ABCত বাছ যাত্রীৰ পৰা লুটিলে ১ লাখ টকা।আবু বক্কৰ নামৰ ব্যক্তিজনৰ পৰা লুটিলে ধনখিনি।ধন লুটৰ সন্দেহত গ্রেপ্তাৰ আব্দুল ৰছিদ নামৰ এজন লোকক।পূৰ্বতে মেজিক গাড়ী চলাইছিল আব্দুল ৰছিদে। assam guwahati Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক