মহানগৰীত চুৰি কাণ্ড! ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটিলে ধন...

মহানগৰীৰ বশিষ্ঠত চুৰি কাণ্ড।

author-image
Asomiya Pratidin
New Update
মহানগৰীত চুৰি কাণ্ড! ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটিলে ধন...

মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড।

ঘৰত কোনো নথকা সুযোগত লুটিলে নগদ ধন, সোণ।

হেমেন ৰাজবংশী নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড।

লুটি নিলে নগদ ২ লাখ টকাসহ বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ।

assam guwahati