মহানগৰীত চুৰি কাণ্ড! ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটিলে ধন...

মহানগৰীৰ বশিষ্ঠত চুৰি কাণ্ড।
মহানগৰীত চুৰি কাণ্ড! ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটিলে ধন...

মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড।

ঘৰত কোনো নথকা সুযোগত লুটিলে নগদ ধন, সোণ।

হেমেন ৰাজবংশী নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড।

লুটি নিলে নগদ ২ লাখ টকাসহ বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in