মহানগৰীত চুৰিকাণ্ড, লুটি নিলে প্ৰায় ৬ লাখ টকাৰ আ-অলংকাৰ…

মহানগৰীত চুৰিকাণ্ড, লুটি নিলে প্ৰায় ৬ লাখ টকাৰ আ-অলংকাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • মহানগৰীত পুনৰ চুৰিকাণ্ড।
  • বশিষ্ঠৰ লতাকটাৰ শান্তি নগৰত চোৰৰ লুটপাট।
  • ৰবিবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।
  • চোৰে লুটি নিলে প্ৰায় ৬ লাখ টকা মূল্যৰ আ-অলংকাৰ আৰু নগদ ধন।
  • প্রবীন ডেকা নামৰ লোকজনৰ ঘৰত সংঘটিত এই চুৰিকাণ্ড।
assam guwahati