মহানগৰীত অঘটন! কিয় জপিয়াই আত্মহত্যা কৰিলে যুৱকে…

মহানগৰীত অঘটন! কিয় জপিয়াই আত্মহত্যা কৰিলে যুৱকে…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • গুৱাহাটীৰ ওডাল বাক্রাত অঘটন।
  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
  • অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা যুৱকৰ।
  • যুৱকজনৰ নাম দ্বীপজয় বোস।
  • ওডাল বাক্রাৰ স্বপ্না নিৱাসত সংঘটিত এই ঘটনা।
  • পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবে আত্মহননৰ আশংকা।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
assam guwahati suicide