অসম মুখ্য-পৃষ্ঠা গুৱাহাটীত চাঞ্চল্য; ভিডিঅ’ প্ৰস্তুত কৰি আত্মহত্যা যুৱকৰ… গুৱাহাটীত চাঞ্চল্য; ভিডিঅ’ প্ৰস্তুত কৰি আত্মহত্যা যুৱকৰ… asomiyapratidin 12 Apr 2022 15:37 IST Follow UsNew Updateগুৱাহাটীৰ ৰাজগড়ত যুৱকৰ আত্মহত্যা।ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ জয়ন্ত নমশূদ্রৰ মৃতদেহ।সমগ্র ঘটনা মোবাইলত ৰেক'ৰ্ড কৰিছিল জয়ন্তই।ABCৰ এখন বিউটী পাৰ্লাৰত কাম কৰিছিল জয়ন্তই।জয়ন্ত নমশূদ্রৰ ঘৰ আছিল নলবাৰীৰ বৰভাগৰ assam suicide guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক