/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5751ab59-7146-47cc-a62c-b0b6d6ff9473/ap_for_web.jpg)
-
বৃহস্পতিবাৰে নিশা মহানগৰীৰ খ্রীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
তীব্রবেগী বাহনে মহটিয়াই নিলে তিনিখনকৈ বাহন।
-
আহত শিশুসহ কেইবাজনো লোক।
-
গণেশগুৰি দিশৰ পৰা ভঙাগড় অভিমুখী আছিল বাহনকেইখন।
-
কথমপি প্রাণৰক্ষা পৰে দুখন বাহনৰ যাত্রীৰ।
-
সুৰাসক্ত আছিল AS-01 BZ 2135 নম্বৰৰ বাহনখনৰ চালকজন।
-
দুখনকৈ বাহনৰ যথেষ্ট ক্ষতিসাধন।