মহানগৰীত পুনৰ বলাৎকাৰ কাণ্ড…

মহানগৰীত পুনৰ বলাৎকাৰ কাণ্ড…

author-image
asomiyapratidin
New Update
মহানগৰীত পুনৰ বলাৎকাৰ কাণ্ড…

ডিজিটেল ডেস্ক: মহানগৰীত সংঘটিত হয় এক জঘন্য ঘটনা। বুধবাৰে নিশা সংঘটিত হয় এক বলাৎকাৰ কাণ্ড। অভিযোগ অনুসৰি বলপূৰ্বকভাৱে মহিলাৰ ঘৰক প্ৰৱেশ কৰি যুৱতীক বলাৎকাৰী কৰে টেঞ্জিঞ্জে দাৰ্চি(২৭) নামৰ যুৱত জনে।

Advertisment

গুৱাহাটীৰ হেঙেৰাবাৰীৰ ৰূপকোৱৰ পথত সংঘটিত হয় এই কাণ্ড। ভাড়াঘৰত ঘৰত অকলশৰে থকা যুৱতীৰ কোঠাত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনা সন্দৰ্ভত ভূক্তভোগী যুৱতীগৰাকীৰ এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত ৷ তাৰপাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে টেনজিং ডৰ্জী নামৰ যুৱকজনক ৷ ভূক্তভোগী যুৱতীগৰাকী অৰণাচলৰ টাৱাঙৰ বুলি জানিব পৰা গৈছে ৷ লগতে যুৱকজনো অৰুণাচলৰ বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে চিত্ৰশিল্পী লক্ষীপ্ৰভাই…

assam rape arunachal crime